গ্ৰাম্যজীৱন সম্পৰ্কীয়

চাউল দিবা যেতেক তেতেক ,
পানী দিবা তিনি তেতেক ।
যেবে দেখা নিসিজে চাউল ,
তেবে বুলিবা ডাকক বাউল ।।